অ..... সাগৰ 💔 | হিয়াখন চুই যোৱা গীত।Assamese Emotional Song. #digitalasomiyamusic #zubeengarg
🎶 Welcome to Digital Asomiya Music 🎶
Feel this Emotional Assamese song where lyrics and original tune are created by us, and AI is used only for singing and music production.
অ সাগৰ (O Sagor) Feel this Emotional Assamese song.
এই গীতটি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ স্মৃতিত সৃষ্টি কৰা হৈছে। সাগৰৰ প্ৰতি থকা অসন্তুষ্টি আৰু জুবিন দাৰ অনুপস্থিতিত গৰিমা বৌ আৰু জুবিন প্ৰেমীৰ অনুভৱ গীতটিৰ জৰিয়তে প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে।
📌 All content in this video is created and owned by this channel.
© 2026 Digital Asomiya Music Studio. All rights reserved.
🎵 SONG Highlights
Song: অ সাগৰ (O Sagor)
Lyrics: Bedanta Bora
Tune/Composition: Bedanta Bora
Music/Singer: Suno AI Generated
Studio: Digital Asomiya Music Studio
______________
::copyright reserve::
📌⚠️ Copyright & AI Disclaimer
AI is used only for voice/singing and music production. Lyrics and original composition are fully owned by the creator and protected under copyright law.
No intentional imitation of any artist or copyrighted work. Any similarity is purely coincidental.
Unauthorized use, re-upload, or commercial use is strictly prohibited and may lead to legal action. For copyright concerns, please contact us.
🎶 Song Lyrics
অ..... সাগৰ
কিনো লগালোঁ জগৰ।
হিয়াৰে আমঠু
কাঢ়ি আজুৰি নি
গতালি দেহ্ নিথৰ
অ..... সাগৰ
ৰাখিচনে খবৰ
হিয়াৰ আমঠু
তোকেই গতালোঁ
নকৰিবি অনাদৰ
অ..... সাগৰ
কিনো লগালোঁ জগৰ।
হিয়াৰে আমঠু
কাঢ়ি আজুৰি নি
গতালি দেহ্ নিথৰ
অ..... নাহৰ
ৰাখিছ জানোঁ খবৰ
তইয়ে মোৰ মৰমৰ
বুকুৰ কুটুমক
ৰাখিবি কৰি আদৰ
অ..... সাগৰ
নী ৰবতা শীতল
তলিতে শুব দে
লাগিছে বৰ ভাগৰ
অ..... সাগৰ
নী ৰবতা শীতল
তলিতে শুব দে
লাগিছে বৰ ভাগৰ
তুমি অবিহনে আছোঁ কিদৰে
শব্দহীন ভাষা লৈ
তোমাৰ কাষলে যাম জিৰাবলে
প্ৰাণহীন দেহাটি থৈ
জনম জনম লৈ
অ.... সাগৰ
কিনো লগালোঁ জগৰ।
হিয়াৰে আমঠু
কাঢ়ি আজুৰি নি
গতালি দেহ্ নিথৰ।
অ.... সাগৰ,
ৰাখিচনে খবৰ
হিয়াৰ আমঠু
তোকেই গতালোঁ
নকৰিবি অনাদৰ
#DigitalAsomiyaMusic #AssameseSong #AIMusic #AssameseMusic #DigitalAsomiya #AISong #OriginalSong #AssameseNewSong #MusicLovers #TrendingSong #IndieMusic #AIArtist #Assam #YouTubeMusic #CreativeMusic #NewRelease #assamesenewsong #newassamesesong #নতুনগান #assamesesongnew #zgsong #assamesenew #assamesedjsong #assamesenewsong 2023,নতুন নতুন গান, zubeen garg song,assamese song new song,assamese gaan new,assamese new 2026 song,assamese remix song,ai song assamese,assamese video,digital asomiya music,zubeen garg new song,o sagor,new song o sagor,অ সাগৰ,অ সাগৰ (O Sagor),zubeen garg