Suivant

অসমীয়া জনপ্রিয় পুৰণি গীত / অনিমা চৌধুৰী/দ্বীপেন বৰুৱাৰ/নমিতা ভট্টাচার্য্য/কুইন দাস গীতৰ শৰাই

6 Vues· 09/16/26
Assamese Song
Assamese Song
Les abonnés
0
Dans

অসমীয়া জনপ্রিয় পুৰণি গীত / অনিমা চৌধুৰী/দ্বীপেন বৰুৱাৰ/নমিতা ভট্টাচার্য্য/কুইন দাস গীতৰ শৰাই


আশা কৰিছোঁ আপুনি নিশ্চয় উপভোগ কৰি যদি ভাল লাগিল তেনে বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা থাকিলে কমেণ্টত কওঁক । আৰু যদি আপুনি এই চেনেলটোত নতুন তেনেহলে চেনেলটো Subscribed কৰি কাষৰ ঘন্টাটিত ক্লিক কৰিবলৈ নাপাহৰিব । আমাৰ লক্ষ্য
পুৰণি কৃষ্টি সস্কৃতি পুনৰ নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া । তাৰ বাবে আপোনালোকৰ সহায় ৰ প্ৰয়োজন । আপোনালোকৰ যিকোনো ধৰণৰ দিহা পৰামৰ্শ কমেণ্টত বক্সত জনাব । ধন্যবাদ ।


🙏নমস্কাৰ🙏

আমাৰ এই " চেনেলৰ যােগেদি অসমৰ লগতে বিবিন্ন প্রান্তত থকা সকলােকে স্বাগতম জনাইছাে। প্রিয় বন্ধু বান্ধবী সকল আপােনালােকক সদায় মনােৰঞ্জন, লগতে সকলাে ধৰণৰ গান সুৰ ভিডিওঁ এই চেনেলত আগবঢাই আহিছাে গতিকে বন্ধু সকল আমাৰ এই চেনেলটি আপােনা লােকৰ যদি অলপ হলেও ভাল লাগে তেন্তে আপােনাৰ অলপ মৰম সহাৰি আমাৰ বাবে চিৰ কৃতজ্ঞ।


আমাৰ চেনেলটোৰ like comment share subscribe কৰিবলৈ
নাপাহৰিব ধন্যবাদ
#assamesenewsong #assameseoldsongs #অসমীয়া
##assamesesong #assamesecomedy
#অসমীয়াজনপ্ৰিয়পুৰণিগীত #অনিমাচৌধুৰী
#নমিতাভট্টাচাৰ্যৰ
#দ্বীপেনবৰুৱা
#শান্তাউজীৰ
#আশাভোচলে
#কুইনদাস গীতৰ শৰাই
#superhitsassamessong

Montre plus

 0 commentaires sort   Trier par


Commentaires de Facebook

Suivant